ৰে’লৰ খুন্দাত ১০টা গৰুৰ মৃত্যু…

ৰে’লৰ খুন্দাত ১০টা গৰুৰ মৃত্যু…

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশৰ ইটাৱাহত এখন ৰে'লৰ খুন্দাত মৃত্যু ৮টা গৰুৰ। সোমবাৰে এই কথা সদৰী কৰে ৰে'লৱেৰ লোকে। জানিব পৰা মতে, দেওবাৰে সন্ধিয়া যশৱন্ত নগৰ আৰু বালৰাই ৰে'ল ষ্টেচনৰ মাজত সংঘটিত হয় এই ঘটনা। ঘন কোঁৱলীৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে, ছাব ডিভিজ'নেল মেজিষ্ট্ৰেট জ্যোৎস্না বান্ধুৱে কয় যে- দিল্লী-হাউৰা পথত ৰাজধানী এক্সপ্ৰেছখনৰ খুন্দাত আৰু আন ১০টা জন্তুও গুৰুতৰভাৱে আহত হৈছে। আহত জন্তু কেইটাৰ চিকিৎসা চলাই থকা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in