শেহতীয়া খবৰ
বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...

৭ ফেব্ৰুৱাৰীৰ এটা ভাল খবৰ…

1,379
  • হ্ৰাস পালে সোণৰ মূল্য ।
  • প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ২৭০ টকাকৈ।
  • বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৪,১৮০ টকা।
  • আনহাতে হ্ৰাস পালে ৰূপৰ মূল্যও।
  • প্ৰতি কেজি ৰূপত হ্ৰাস পালে ৩৩০ টকাকৈ।
  • বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৪১,০৩০ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি