৭ ফেব্ৰুৱাৰীৰ এটা ভাল খবৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • হ্ৰাস পালে সোণৰ মূল্য ।
  • প্ৰতি ১০ গ্ৰাম সোণত হ্ৰাস পালে ২৭০ টকাকৈ।
  • বৰ্তমান প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৩৪,১৮০ টকা।
  • আনহাতে হ্ৰাস পালে ৰূপৰ মূল্যও।
  • প্ৰতি কেজি ৰূপত হ্ৰাস পালে ৩৩০ টকাকৈ।
  • বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৪১,০৩০ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in