‘কা’ক লৈ ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ! ৭৬টা গোচৰ ৰুজু, ১০৮জনক আটক

‘কা’ক লৈ ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ! ৭৬টা গোচৰ ৰুজু, ১০৮জনক আটক
  • 'কা'ক লৈ ছ'চিয়েল মিডিয়াত চলা অপপ্ৰচাৰৰ বিৰুদ্ধে তৎপৰ উত্তৰ প্ৰদেশ প্ৰশাসন।
  • ছ'চিয়েল মিডিয়াত নাগৰিকত্ব সংশোধনী আইনক লৈ চলা অপপ্ৰচাৰ সন্দৰ্ভত ৰুজু কৰা হৈছে ৭৬টাকৈ গোচৰ।
  • ইতিমধ্যে এই সন্দৰ্ভত ১০৮ জনক আটক কৰিছে কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।
  • 'কা'ৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ চলোৱা ১৫,৩৪৪টা ছ'চিয়েল মিডিয়া পোষ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা বুলি জনাইছে ৰাজ্যখনৰ আৰক্ষীয়ে।
  • নাগৰিকত্ব সংশোধনী আইনক লৈ চলা কোনো ভুৱা প্ৰচাৰত ভোল নাযাবলৈ ৰাজ্যবাসীক আহ্বান প্ৰশাসন তথা চৰকাৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in