শেহতীয়া খবৰ
ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন  •  আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ...  •  আৰণ্যক আৰু বি আৰ এম আইন মহাবিদ্যালয়ৰ উদ্যোগত জৈৱ বৈচিত্ৰৰ গুৰুত্ব আৰু আইনজীৱীৰ কৰ্তব্যৰ বিষয়ত আলোচনা

অসুস্থ বিগ বি! বেয়া হৈছে ৭৫ % লিভাৰ…

1,463

ডিজিটেল ডেস্কঃ বলিউডৰ ক্ষেত্ৰখনত সকলোৰে পূজনীয় তথা অনুপ্ৰেৰণাৰ উৎস বিগ বি বৰ্তমান অসুস্থ। ১৯৪২ চনৰ ১১ অক্টোবৰত এলাহাবাদত জন্মলাভ কৰা এই বিশিষ্ট অভিনেতাগৰাকীৰ লিভাৰৰ প্ৰায় ৭৫ শতাংশ বেয়া হোৱা বুলি জানিব পৰা গৈছে।

৭৬ বছৰীয়া অমিতাভ বচ্চনে এক অনুষ্ঠানত জনাই এই কথা। যক্ষ্মা ৰোগ সম্পৰ্কে আয়োজিত এক অনুষ্ঠানত উপস্থিত হৈ বিগ বিয়ে কয় যে, সময়ে সময়ে নিজৰ শৰীৰৰ চেক আপ কৰি থকাটো অতিকৈ প্ৰয়োজনীয়। লগতে তেওঁ কয়- ‘মই যক্ষ্মাৰ লগতে বহু বেমাৰৰ সৈতে যুঁজ দি আছো।’

১৯৬৯চনৰ পৰা অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অমিতাভ বচ্চনে বৰ্তমানলৈ অতি নিষ্ঠা আৰু আগ্ৰহেৰে নিজৰ কৰ্ম সম্পাদন কৰি আছে। আৰু বিগ বি সম্পূৰ্ণ সুস্থ হোৱাটো তেওঁৰ অনুগামীসকলে কামনা কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি