ৰাজ্যত পুনৰ ৭৩৫ জন লোক আক্ৰান্ত কোভিড-১৯ত…

ৰাজ্যত পুনৰ ৭৩৫ জন লোক আক্ৰান্ত কোভিড-১৯ত…
  • ৰাজ্যত পুনৰ ৭৩৫জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।
  • ইয়াৰে ৫৫২জন গুৱাহাটী মহানগৰীৰ বুলি জানিব পৰা গৈছে।
  • অসমত বৰ্তমানলৈ কোৰোনাত আক্ৰান্ত লোৰ সংখ্যা ১১,৭৩৬জনলৈ পাইছে বৃদ্ধি।
    ইয়াৰে সুস্থ হৈছে ৭৪৩৩জন লোক।
  • বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৪২৮৬জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in