শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

আপুনি জীমলৈ যায় নেকি? পাৰিবনে ফেৰ মাৰিব এইগৰাকী আইতাক? চাওঁঁক VIDEO

425

ডিজিটেল ডেস্কঃ বৰ্তমান ছ’চিয়েল মিডিয়াত ৰাজনৈতিক, অৰ্থনৈতিক বিষয়ৰ লগতে ভাইৰেল হৈছে এগৰাকী আইতাৰ ভিডিঅ’। সকলোৱে ভিডিঅ’টি বহু পছন্দ কৰাৰ লগতে প্ৰেৰণাও পাইছে বহু জনে। ভাইৰেল হৈ পৰা এই ভিডিঅ’টি চাই আচৰিত হৈছে সকলো। ল’ৰেন নামৰ এগৰাকী ৭২ বছৰীয়া বৃদ্ধাই জীমত শৰীৰচৰ্চাত ব্যস্ত থকা পৰিলক্ষিত হৈছে ভিডিঅ’টিত।

ফেচবুকত ৯০১ ফিজিকেল থেৰাপী ‘901 Physical Therapy’ নামৰ একাউণ্টটোত পোষ্ট কৰা হৈছে ভিডিঅ’টি। পোষ্ট কৰাৰ লগতে ফেচবুকত লিখা আছে- ‘মই ল’ৰেনক জীমত শৰীৰচৰ্চা কৰা দেখিছো। কিন্তু যেতিয়া তেওঁৰ জন্মৰ প্ৰমাণপত্ৰ চালো তেতিয়া আচৰিত হ’লো। কাৰণ তেওঁৰ বয়স ৭২ বছৰ।’

ফেচবুকত বৰ্তমান এই ভিডিঅ’টো বহুজনে শ্বেয়াৰ কৰিছে। বৰ্তমানলৈ ৯০হাজাৰ বাৰ শ্বেয়াৰ কৰা হৈছে এই ভিডিঅ’টো। ভিডিঅ’টোত এজনে কমেন্ট কৰিছে- বৃদ্ধাগৰাকীৰ দৈহিক শক্তি মোতকৈও বেছি।’

উল্লেখ্য যে, ল’ৰেনে যি ধৰণে শৰীৰচৰ্চা কৰে সেয়া প্ৰফেশ্যনেল ব’ক্সাৰ ফ্লাইট মেবেদৰে কৰে অৰ্থাৎ বহু জটিল হয় এই ধৰণৰ শৰীৰচৰ্চাৰ শৈলী। আনহাতে, মাত্ৰ ১ মিনিটৰ ভিডিঅ’টি বৰ্তমানলৈকে ৭০ লাখতকৈও অধিক লোকে চোৱাৰ লগতে ২৭হাজাৰ জনে লাইক আৰু ১৩হাজাৰ জনে কমেন্ট কৰিছে।

চাওঁক সেই ভিডিঅ’টি-

Wouldn’t it be amazing to be 72 and still moving this well with this much strength?! Starting NOW by addressing areas of weakness and lack of mobility will set you up for a long life of healthy movement and enjoying a strong body! Movement is medicine, and we can show you how. 💪🏼#Repost @mrjames_cpt・・・THURSDAY MOTIVATION!!! I showed Lauren these mayweathers for the first time today..😭..She’s a natural! Let me see that birth certificate! There is no way you are 72! #firsttime #mayweathers #fitover70 #mobility #flexibility #functionalmovement #functionaltraining #changinglives #aspiretoinspire #thursdaymotivation #progress #transformationthursday #seniorfitness #personaldevelopment #gohardorgohome #bodybuilding #agingevolution #fitwomen #igfitness #inspiration

901 Physical Therapy ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಬುಧವಾರ, ಜನವರಿ 16, 2019

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি