নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ পৰৱৰ্তী প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৭০ সংগঠনৰ পৰৱৰ্তী প্ৰতিবাদী কাৰ্যসূচী ঘোষণা
  • অখিল গগৈৰ সংবাদমেল।
  • ৭০সংগঠনৰ নেতৃত্বৰ সৈতে সংবাদমেল সম্বোধন কৰিলে কৃষক নেতাগৰাকীয়ে।
  • এন আৰ চি ওজৰ-আপত্তি দাখিলক লৈ ৰাজনীতি কৰিছে চৰকাৰে।
  • হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ আঙুলি অখিলৰ।
  • হিমন্ত বিশ্ব শৰ্মাৰ লগতে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিলৰ।
  • কিমানজন বিদেশীৰ বিৰুদ্ধে এন আৰ চি কৰ্তৃপক্ষৰ ওচৰত আপত্তি দাখিল হ'ল ৰাজহুৱা কৰক চৰকাৰে।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা।
  • ৯ ডিচেম্বৰৰ পৰা সংসদ ভৱনৰ সমুখত আমৰণ কাৰ্যসূচী গ্ৰহণ কৰিব কৃষক মুক্তিৰ নেতৃত্বই।
  • 'গড়কাপ্টানী বিভাগৰ কমিছনৰ ধনেৰে হেলিকপ্টাৰ উৰুৱাইছে বিজেপি চৰকাৰে।'
  • নিৰ্বাচনত হেলিকপ্টাৰ উৰুৱাবলৈ ক'ত পালে ধন?- অখিল গগৈৰ প্ৰশ্ন।
  • গোলাঘাটৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক বৰ্খাস্তৰ দাবী।
  • এজন লোকক হত্যা কৰা ডি এছ পি পাৰ্থপ্ৰতীম শইকীয়াক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি অখিলৰ প্ৰশ্ন।
  • যৌথ সংবাদমেলত অখিলৰ সৈতে ৭০ সংগঠনৰ প্ৰতিনিধিৰো অংশগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in