৭০ শতাংশ হ্ৰাস পাইছে বন্যপ্ৰানীৰ জনসংখ্যা- ডাব্লিউ ডাব্লিউ এফ

৭০ শতাংশ হ্ৰাস পাইছে বন্যপ্ৰানীৰ জনসংখ্যা- ডাব্লিউ ডাব্লিউ এফ

ডিজিটেল ডেস্ক : বন্যপ্ৰানী সংৰক্ষন সংস্থা বিশ্ব বন্যপ্ৰানী গোট (WWF)এ প্ৰকাশ কৰা এক তথ্য অনুসৰি ৫০ বছৰতকৈও কম সময়ত বন্য প্ৰানী সমূহৰ জনসংখ্যা ৭০ শতাংশ হ্ৰাস পাইছে ।

সংস্থাটোৱে প্ৰকাশ কৰা তথ্যত লগতে কয় এই বিনাশকাৰী সমস্যা আগন্তুক সময়ত কমাৰ আশংকা নাই। লগতে মানুহে তীব্ৰ গতিৰে প্ৰকৃতিৰ বিনাশ কৰি আছে ।

ডাব্লিউ ডাব্লিউ এফে দুবছৰৰ ভিতৰত এই তথ্য প্ৰকাশ কৰে ।১৯৭০ চনৰ পৰা বন্যপ্ৰানী সমূহৰ প্ৰজাতিৰ সংখ্যা কিমান কমিছে তাকলৈ অনুসন্ধান কৰে ।যি তথ্যই বিশ্বৰ পৰিবেশ তন্ত্ৰত বহুখিনি প্ৰভাব পেলাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in