শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

৭০ শতাংশ হ্ৰাস পাইছে বন্যপ্ৰানীৰ জনসংখ্যা- ডাব্লিউ ডাব্লিউ এফ

152

ডিজিটেল ডেস্ক : বন্যপ্ৰানী সংৰক্ষন সংস্থা বিশ্ব বন্যপ্ৰানী গোট (WWF)এ প্ৰকাশ কৰা এক তথ্য অনুসৰি ৫০ বছৰতকৈও কম সময়ত বন্য প্ৰানী সমূহৰ জনসংখ্যা ৭০ শতাংশ হ্ৰাস পাইছে ।

সংস্থাটোৱে প্ৰকাশ কৰা তথ্যত লগতে কয় এই বিনাশকাৰী সমস্যা আগন্তুক সময়ত কমাৰ আশংকা নাই। লগতে মানুহে তীব্ৰ গতিৰে প্ৰকৃতিৰ বিনাশ কৰি আছে ।

ডাব্লিউ ডাব্লিউ এফে দুবছৰৰ ভিতৰত এই তথ্য প্ৰকাশ কৰে ।১৯৭০ চনৰ পৰা বন্যপ্ৰানী সমূহৰ প্ৰজাতিৰ সংখ্যা কিমান কমিছে তাকলৈ অনুসন্ধান কৰে ।যি তথ্যই বিশ্বৰ পৰিবেশ তন্ত্ৰত বহুখিনি প্ৰভাব পেলাই ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি