নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০ সংগঠনৰ পদযাত্ৰা, Live

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৭০ সংগঠনৰ পদযাত্ৰা, Live
  • নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত ৭০ সংগঠনৰ পদযাত্ৰা।
  • চানমাৰিৰ পৰা পদযাত্ৰা কৰিছে সংগঠনকেইটাৰ সমৰ্থকে।
  • শিলপুখুৰীত পদযাত্ৰাত বাধা আৰক্ষীৰ।
  • পদযাত্ৰাকীৰে আৰক্ষীৰ সংঘাত।
  • দিঘলীপুখুৰীলৈকে পদযাত্ৰা উলিয়াইছিল ৭০ জাতীয় সংগঠনে।
  • মোডী চৰকাৰ মিছলীয়া, সৰ্বানন্দ সোণোৱাল হায় হায় ধ্বনিৰে উত্তাল ৰাজপথ।
  • যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী।
  • অখিল গগৈৰে আৰক্ষীৰ তৰ্কাতৰ্কি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in