আজি ৭০টা জাতীয়–জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত পালন কৰিব বিজয়োল্লাস

আজি ৭০টা জাতীয়–জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত পালন কৰিব বিজয়োল্লাস
  • আজি ৭০টা জাতীয়–জনগোষ্ঠীয় সংগঠনে গুৱাহাটীত পালন কৰিব বিজয়োল্লাস।
  • ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন নোহোৱাত দল-সংগঠন তথা ৰাইজে পালন কৰিব আনন্দ-উল্লাস।
  • বুধবাৰে বিৰোধীৰ তীব্ৰ বিৰোধিতাৰ ফলত ৰাজ্যসভাত উত্থাপন নহ'ল জাতিধ্বংসী বিধেয়কখন।
  • বিধেয়ক উত্থাপন কৰিব নোৱাৰাত সমগ্ৰ অসম তথা উত্তৰ–পূবত বিৰাজ কৰিছে আনন্দমুখৰ পৰিৱেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in