শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

ওড়িশাত ৪খন বাঘৰ চালসহ আটক ৭ জন

86
  • ওড়িশাত জব্দ ৪ খনকৈ বাঘৰ চাল।
  • অপৰাধ শাখাৰ বিশেষ সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে চালকেইখন।
  • ওড়িশাৰ চম্বলপুৰ জিলাৰ কুচিন্দ্ৰা অঞ্চলৰ পৰা উদ্ধাৰ কৰে চাল কেইখন।
  • উদ্ধাৰ হোৱা চাল কেইখন নাহৰফুটুকী বাঘৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ৭ জন লোকক।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে অপৰাধ শাখাৰ বিশেষ সুৰক্ষা বাহিনীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি