ওড়িশাত ৪খন বাঘৰ চালসহ আটক ৭ জন

ওড়িশাত ৪খন বাঘৰ চালসহ আটক ৭ জন
  • ওড়িশাত জব্দ ৪ খনকৈ বাঘৰ চাল।
  • অপৰাধ শাখাৰ বিশেষ সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে চালকেইখন।
  • ওড়িশাৰ চম্বলপুৰ জিলাৰ কুচিন্দ্ৰা অঞ্চলৰ পৰা উদ্ধাৰ কৰে চাল কেইখন।
  • উদ্ধাৰ হোৱা চাল কেইখন নাহৰফুটুকী বাঘৰ।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে ৭ জন লোকক।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে অপৰাধ শাখাৰ বিশেষ সুৰক্ষা বাহিনীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in