শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

ষষ্ঠ স্থানেৰে অনুৰাগে পশ্চিম দৰঙলৈ আনিলে গৌৰৱ, চাওক VIDEO

218

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ মেট্ৰিকত ষষ্ঠ স্থান লাভ কৰি পশ্চিম দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিলে বুঢ়াৰ অনুৰাগ বৰ্মনে। ৫৮৮নম্বৰ লাভ কৰি এই স্থান দখল কৰে দৰঙৰ সন্তান গৰাকীয়ে। অমিতাভ বৰ্মন আৰু উষা ৰাণী বৰ্মনৰ পুত্ৰ অনুৰাগ উদয়ন শান্তি নিকেতন, বেজেৰাৰ ছাত্ৰ।

অসমীয়া বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা অনুৰাগে ভৱিষ্যতে এজন অভিযন্তা হোৱাৰ সপোনৰ কথা ব্যক্ত কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি