শেহতীয়া খবৰ
বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ ভূপাল জিলা নিৰ্বাচন আয়োগৰ জাননী জাৰি  •  মই কৈছিলো- যদি আমাৰ পাইলটৰ কিবা হয়, তেন্তে পাকিস্তানক ৰেহাই নিদিমঃ মোডীৰ নিৰ্বাচনী প্ৰচাৰ  •  বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কেৰালাৰ বায়ানাডত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰোড শ্ব’  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...

জিঅ’ৰ অফাৰ, একেলগে কৰক ৬ মাহলৈ ৰিচাৰ্জ…

2,554

ডিজিটেল ডেস্কঃ জইটোৰ পাছত সিটো অফাৰেৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা জিঅ’ই মুকলি কৰিছে আন এক আকৰ্ষণীয় অফাৰ। কিন্তু এই অফাৰ লাভ কৰিব পাৰিব কেৱল জিঅ’ ফোন ব্যৱহাৰকাৰী সকলেহে। প্ৰি পেইড প্লেনৰ জৰিয়তে আগবঢ়োৱা এই অফাৰ সমূহ এনেধৰণৰ-

১. জিঅ’ ৫৯৪ টকাৰ পেক-

এই পেকটোৰ ব্যৱহাৰকাৰী সকলে লাভ কৰিব ১৬৮ দিনৰ বৈধতা। আন লিমিটেড ডাটা, আনলিমিটেড কলিং, প্ৰতিদিনে ১০০ মেচেজৰ লগতে ০.৫ জি বি হাই স্পীড ইন্টাৰনেট সেৱা আৰু বাকী সময়খিনিত  ইন্টাৰনেটৰ  স্পীড হ’ব  64Kbps।

২. ২৯৭ ৰ টকা পেক-

এই পেকটোৰ বৈধতা ৮৪ দিনৰ। ইয়াত গ্ৰাহকে লাভ কৰিব ৯০০ মেছেজৰ লগতে আনলিমিটেড কলিং আৰু ৬৪ কেবিপিএছ স্পীডৰ ইণ্টাৰনেট সেৱা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি