পথ দুৰ্ঘটনাত থিতাতে নিহত ৬ জন…

পথ দুৰ্ঘটনাত থিতাতে নিহত ৬ জন…
  • অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰত শোকাৱহ পথ দুৰ্ঘটনা।
  • সোমবাৰে পুৱা গুণ্টুৰৰ ফিৰংগীপুৰম মণ্ডলৰ ৰেপুড়ী গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন অট' ৰিক্সা আৰু এখন মিনি ট্ৰাকৰ মাজত হয় সংঘৰ্ষ।
  • সংঘৰ্ষত থিতাতে নিহত অট' ৰিক্সাখনৰ ৬ জন যাত্ৰী।
  • আনহাতে দুৰ্ঘটনাত আহত হৈছে কেইবাজনো লোক।
  • আহতসকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in