শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

COVID-19ৰ সন্ত্ৰাসৰ মাজতে আমেৰিকাত ৬৬ লক্ষাধিক লোকৰ নিবনুৱা ভাট্টাৰ বাবে আৱেদন…

239
  • সমগ্ৰ দেশজুৰি কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ৯ লক্ষাধিক লোক।
  • COVID-19ৰ প্ৰভাৱ আটাইতকৈ বেছি দেখা গৈছে বিশ্বৰ উন্নত দেশসমূহত।
  • কোৰোনাৰ ফলত আমেৰিকাত লাখ লাখ লোক নিবনুৱা সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই দেখা দিছে।
  • আমেৰিকাৰ ৬৬.৫ লাখ লোকে আৱেদন জনাইছে নিবনুৱা ভাট্টাৰ বাবে।
  • শ্ৰমিক বিভাগে সদৰী কৰিছে এই তথ্য।
  • উল্লেখ্য যে, আমেৰিকাত ২ লক্ষাধিক লোক আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • তদুপৰি ৫ সহস্ৰাধিক লোকৰ মৃত্যু হৈছে কোৰোনাত আক্ৰান্ত হৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি