বৃদ্ধি কোৰোনাৰ সংক্ৰমণ : ২০ নৱেম্বৰ নিশাৰ পৰা সান্ধ্য আইন ঘোষনা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক : বিশ্বৰ লগতে ভাৰতত কোৰোনা ভাইৰাছৰ সংক্ৰমণে সংহাৰী ৰূপ ধাৰন কৰিছে । কোৰোনাৰ এই সংক্ৰমন ৰোধ কৰিবলৈ বিশ্বৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ত দিয়া হৈছে লকডাউনৰ । ঘোষনা কৰা হৈছে সান্ধ্য আইন ।

ইফালে গুজৰাটৰ আহমেদাবাদ চহৰত কোৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ শুক্ৰবাৰৰ পৰা নগৰ অঞ্চলত ঘোষনা কৰা হৈছে সান্ধ্য আইন । শুক্ৰবাৰে ৰাতিৰ পৰা ৫৭ ঘন্টাৰ বাবে সান্ধ্য আইন ঘোষনা কৰা হয় । ২০ নৱেম্বৰৰ নিশাৰ পৰা আৰম্ভ হোৱা এই সান্ধ্য আইন সমাপ্ত হ'ব ২৩ নৱেম্বৰ পুৱা । অথিৰিক্ত মুখ্য সচিব ৰাজীৱ কুমাৰ গুপ্তাই কয় যে এই সান্ধ্য আইনৰ সময়ত গাখীৰ আৰু ঔষধৰ দোকান খোলা থাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in