ৰাজ্যত পুনৰ ৫৬৮জনৰ দেহত কোভিড-১৯…

ৰাজ্যত পুনৰ ৫৬৮জনৰ দেহত কোভিড-১৯…
  • ৰাজ্যত পুনৰ ৫৬৮জনৰ দেহত ধৰা পৰে কোভিড-১৯।
  • ইয়াৰে ৩৫৫জন গুৱাহাটী মহানগৰীৰ।
  • অসমত ১৪৬০০জনলৈ বৃদ্ধি পালে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইয়াৰে ৯১৪৭জন সুস্থ হৈ উঠাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ৫৪২৩জনকৈ লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in