অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিঃ ৫৬গৰাকীৰ দেহত কোভিড-১৯

অসমত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিঃ ৫৬গৰাকীৰ দেহত কোভিড-১৯
  • ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি।
  • পুনৰ ৫৬গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • ৰাজ্যত বৰ্তমান কোৰোনাত আক্ৰান্তৰ সংখ্যা ১২৭২
  • ইয়াৰ ভিতৰতে আৰোগ্য লাভ কৰিছে ১৬৩গৰাকীয়ে।
  • বৰ্তমানো ১১০২গৰাকী লোক হস্পাতালত চিকিতসাধীন হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in