শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

অসমত পৰিৱেশ অধিক অৱনতিঃ একেলগে ৫৩গৰাকীৰ দেহত কোৰোনাৰ অৱস্থিতি…

4,056

ডিজিটেল ডেস্কঃ অসমত পৰিৱেশ অধিক অৱনতি ঘটিছে। পুনৰ ৫৩গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰিছে যে, ৪৪গৰাকী সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰত থকা আৰু বাকী ৭গৰাকী ডিমা হাচাও আৰু দুগৰাকী কাছাৰৰ। ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৩১৯লৈ বৃদ্ধি।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি