পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা…

পুনৰ বৃ্দ্ধিঃ ৰাজ্যত আকৌ ৫১গৰাকীৰ দেহত কোৰোনা…

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। পুৱা ৬০গৰাকী লোকৰ দেহত কোৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছত পুনৰ ৫১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ। ইয়াৰে ২৮গৰাকী ধুবুৰীৰ, ১৩গৰাকী দৰঙ, ৫গৰাকী কৰিমগঞ্জক, ৩গৰাকী শোণিতপুৰ আৰু দুগৰাকী লখিমপুৰৰ। ৰাজ্যত বৰ্তমান কোৰোনাত আক্ৰান্ত সংখ্যা সৰ্বমুঠ ১৬৭২ আৰু ইয়াৰে ১৩২৮গৰাকী লোক বৰ্তমানো চিকিৎসাধীন অৱস্থাত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in