থানাৰ চৌহদত বিধ্বংসী অগ্নিকাণ্ড, ভষ্মীভূত ৫০ খনকৈ বাহন…

থানাৰ চৌহদত বিধ্বংসী অগ্নিকাণ্ড,  ভষ্মীভূত ৫০ খনকৈ বাহন…
  • দিল্লীৰ সাগৰপুৰস্থিত আৰক্ষী থানাত বিধ্বংসী অগ্নিকাণ্ড।
  • শনিবাৰে সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডত ভষ্মীভূত থানা চৌহদত থকা ৫০ খনকৈ বাহন।
  • অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানৰ লৈকে জানিব পৰা হোৱা নাই।
  • অগ্নিকাণ্ডটোত হতাহত হোৱা নাই কোনো লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in