প্ৰতীক্ষাৰ অন্তঃ ভাৰতৰ মাটিত মহাবলী ৰাফেল…

প্ৰতীক্ষাৰ অন্তঃ ভাৰতৰ মাটিত মহাবলী ৰাফেল…

ডিজিটেল ডেস্কঃ প্ৰতীক্ষাৰ অন্ত, অৱশেষত সুৰক্ষিতভাৱে ভাৰতৰ মাটিত অৱতৰণ কৰিলে ৫খনকৈ মহাবলী ৰাফেল যুঁজাৰু বিমানে। হাৰিয়ানাৰ আম্বালা বিমানঘাটিলৈ আকাশীপথেৰে দুখনকৈ চুখয় এম ৩০ য়ে আদৰি আনিলে দেশৰ সামৰিক শক্তিৰ নৱতম সংযোজন ৫খনকৈ ৰাফেল বিমানক।

ভাৰতৰ মাটিত অৱতৰণ কৰাৰ লগে লগে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ৰাজহুৱা কৰিলে যে, সুৰক্ষিতভাৱে ভাৰতৰ মাটিত ৰাফেল অৱতৰণ কৰিলে আৰু দেশৰবাসীয়ে গভীৰ উতকন্ঠাৰ অন্তৰ পৰিল। উল্লেখ্য যে, যোৱা সোমবাৰে ফান্সৰ পৰা প্ৰায় ৭০০০কিঃমিঃ বেগেৰে আহি আজি ভাৰত পায়হি ৰাফেল বিমান কেইখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in