প্ৰতীকি ফটো
প্ৰতীকি ফটো

ৰে’লৰ খুন্দা গৰু গাড়ীতঃ থিতাতে নিহত ৫…

  • বিহাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত থিতাতে নিহত ৫জন লোক।
  • এখন ৰে'লে খুন্দা মাৰে এখন গৰু গাড়ীত।
  • এই দুৰ্ঘটনাটোত গুৰতৰভাৱে আহতও হৈছে দুজন লোক।
  • আহত দ্বয়ক ভৰ্তি কৰা হৈছে হাস্পতালত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in