ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ ল’লে ৫ জনৰ, আহত ৯

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজস্থানৰ চিৰোহী জিলাত ভয়ংকৰ দুৰ্ঘটনা।
  • চিৰোহীৰ ভিমানাত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে।
  • দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু।
  • আনহাতে আহত হৈছে ৯ জন লোক।
  • আহত সকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in