কৰ্ণাটকত আইচিইউত থকা ৫ গৰাকী কোভিড ৰোগী আক্সিজেনৰ অভাৱত মৃত্যু হোৱা অভিযোগ…

কৰ্ণাটকত আইচিইউত থকা ৫ গৰাকী কোভিড ৰোগী আক্সিজেনৰ অভাৱত মৃত্যু হোৱা অভিযোগ…

ডিজিটেল ডেস্ক : কৰ্ণাটকৰ শ্ৰী ভাঞ্জি ডি খিমজী লাইফলাইন চিকিৎসালয়ত আইচিইউচ থকা ৫ গৰাকী কোভিডত আক্ৰান্ত ৰোগী অক্সিজেনৰ অভাৱত মৃত্যু হয় । এই অভিযোগ উত্থাপন কৰিছে ৰোগী কেইজনৰ পৰিয়ালৰ লোকে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি মঙলবাৰে আবেলি ৩ বজাৰ পৰা চিকিৎসালয় খনত আইচিইউৰ অভাব ঘটিছিল ।

ইফালে চিকিৎসালয় পৰিদৰ্শন কৰা জিলা স্বাস্থ্য বিষয়া ডাঃ যশৱন্ত মদিনকাৰে অক্সিজেনৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ খাৰিজ কৰি কয় যে বিশেষজ্ঞৰ এখন সমিতিয়ে বিষয়টো তদন্ত কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in