শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

কৰ্ণাটকত আইচিইউত থকা ৫ গৰাকী কোভিড ৰোগী আক্সিজেনৰ অভাৱত মৃত্যু হোৱা অভিযোগ…

86

ডিজিটেল ডেস্ক : কৰ্ণাটকৰ শ্ৰী ভাঞ্জি ডি খিমজী লাইফলাইন চিকিৎসালয়ত আইচিইউচ থকা ৫ গৰাকী কোভিডত আক্ৰান্ত ৰোগী অক্সিজেনৰ অভাৱত মৃত্যু হয় । এই অভিযোগ উত্থাপন কৰিছে ৰোগী কেইজনৰ পৰিয়ালৰ লোকে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি মঙলবাৰে আবেলি ৩ বজাৰ পৰা চিকিৎসালয় খনত আইচিইউৰ অভাব ঘটিছিল ।

ইফালে চিকিৎসালয় পৰিদৰ্শন কৰা জিলা স্বাস্থ্য বিষয়া ডাঃ যশৱন্ত মদিনকাৰে অক্সিজেনৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ খাৰিজ কৰি কয় যে বিশেষজ্ঞৰ এখন সমিতিয়ে বিষয়টো তদন্ত কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি