শেহতীয়া খবৰ
কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...

৫.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য… Live UPDATE

935
  • ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
  • ২.৫৩ বজাত অনুভূত হৈছিল এই জোকাৰণি।
  • প্ৰায় ৯ ছেকেণ্ড ধৰি আছিল এই জোকাৰণি।
  • লখিমপুৰতো অনুভূত হৈছিল জোকাৰণি।
  • ধেমাজি, নলবাৰী, নগাঁও, যোৰহাট, গোলাঘাটতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।
  • মহানগৰীত কেইবা স্থানতো কিছু ক্ষয়-ক্ষতিৰ বাতৰি।
  • কেইবাটাও বাসগৃহত ফাঁট মেলিছে জোকাৰণিত।
  • ভূমিকম্পৰ অভিকেন্দ্ৰ অৰুণাচলৰ বোমডিলাৰ পৰা ৬৪ কিলোমিটাৰ উত্তৰ পূবত বুলি জানিব পৰা গৈছে।
  • ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৫।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি