৫.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য… Live UPDATE

৫.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য… Live UPDATE
  • ৰাজ্যত ভূমিকম্পৰ জোকাৰণি।
  • ২.৫৩ বজাত অনুভূত হৈছিল এই জোকাৰণি।
  • প্ৰায় ৯ ছেকেণ্ড ধৰি আছিল এই জোকাৰণি।
  • লখিমপুৰতো অনুভূত হৈছিল জোকাৰণি।
  • ধেমাজি, নলবাৰী, নগাঁও, যোৰহাট, গোলাঘাটতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।
  • মহানগৰীত কেইবা স্থানতো কিছু ক্ষয়-ক্ষতিৰ বাতৰি।
  • কেইবাটাও বাসগৃহত ফাঁট মেলিছে জোকাৰণিত।
  • ভূমিকম্পৰ অভিকেন্দ্ৰ অৰুণাচলৰ বোমডিলাৰ পৰা ৬৪ কিলোমিটাৰ উত্তৰ পূবত বুলি জানিব পৰা গৈছে।
  • ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৫।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in