শেহতীয়া খবৰ
অন্তঃত এদিনৰ বাবে সকাহ…  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি  •  নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী  •  বিজেপিত খহনীয়া, ২ মন্ত্ৰী আৰু ৫ বিধায়কে আজি যোগ দিব নতুন দলত!

চতুৰ্থ তথা শেষৰ খন টেষ্টৰ বাবে সাজু টীম ইণ্ডিয়া

343

ডিজিটেল ডেস্কঃ চিডনিত অনুষ্ঠিত হ’বলগীয়া ভাৰত-অষ্টেলিয়াৰ মাজত চতুৰ্থ তথা শেষৰ খন টেষ্টৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া। ইতিমধ্যে বি চি চি আইয়ে চতুৰ্থখন টেষ্টত খেলিবলগীয়া ১৩ জনীয়া ভাৰতীয় দলটোৰ সদস্যসকলৰো নাম ঘোষণা কৰিছে। ১৩ জনীয়া এই তালিকাত স্থান পাইছে-

  • বিৰাট কোহলী (অধিনায়ক)
  • অজিঙ্কা ৰাহাণে
  • লৌকেশ ৰাহুল
  • ময়ঙ্ক আগৰৱাল
  • চেতেশ্বৰ পুজাৰা
  • হনুমা বিহাৰী
  • ঋষভ পন্ট
  • ৰবিন্দ্ৰ জডেজা
  • আৰ অশ্বিন
  • মহম্মদ শ্বামী
  • য়শপ্ৰীত বুমৰাহ
  • উমেশ যাদৱ ।

লক্ষ্যণীয় যে শাৰীৰিক আঘাতৰ বাবে মেলবৰ্ণ টেষ্টত ভাগ লোৱা নাছিল আৰ অশ্বিনে। কিন্তু মঙলবাৰে চিডনী ক্ৰিকেট ষ্টেডিয়াম এছ চি জিত কঠোৰ অনুশীলনত ব্যস্ত দেখা গ’ল খেলুৱৈজনক । উল্লেখ্য যে, ৩ জানুৱাৰীৰ পৰা চিডনীত আৰম্ভ হ’ব চতুৰ্থখন টেষ্ট।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি