শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

অচিৰেই জম্মু-কাশ্মীৰত হাইস্পীড ইন্টাৰনেট সেৱা…

96

ডিজিটেল ডেস্কঃ অচিৰেই জম্মু-কাশ্মীৰত কিছু এলেকাত বাহাল কৰা হব ৪জি ইন্টাৰনেট সেৱা। ৪জি ইন্টাৰনেট সেৱাক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ত এক শুনানি হয়। এই শুনানিতে অহা ১৫আগষ্টৰ পৰা জন্মু-কাশ্মীৰৰ কিছু এলেকাত ৪জি ইন্টাৰনেট সেৱা আৰম্ভ কৰা কথা কেন্দ্ৰই অৱগত কৰে। প্ৰথম পৰ্যায়ত এই সেৱা জম্মু-কাশ্মীৰৰ একো একোটা নিৰ্দিষ্ট অঞ্চলতহে প্ৰদান কৰা হব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি