অচিৰেই জম্মু-কাশ্মীৰত হাইস্পীড ইন্টাৰনেট সেৱা…

অচিৰেই জম্মু-কাশ্মীৰত হাইস্পীড ইন্টাৰনেট সেৱা…

ডিজিটেল ডেস্কঃ অচিৰেই জম্মু-কাশ্মীৰত কিছু এলেকাত বাহাল কৰা হব ৪জি ইন্টাৰনেট সেৱা। ৪জি ইন্টাৰনেট সেৱাক লৈ মঙলবাৰে উচ্চতম ন্যায়ালয়ত এক শুনানি হয়। এই শুনানিতে অহা ১৫আগষ্টৰ পৰা জন্মু-কাশ্মীৰৰ কিছু এলেকাত ৪জি ইন্টাৰনেট সেৱা আৰম্ভ কৰা কথা কেন্দ্ৰই অৱগত কৰে। প্ৰথম পৰ্যায়ত এই সেৱা জম্মু-কাশ্মীৰৰ একো একোটা নিৰ্দিষ্ট অঞ্চলতহে প্ৰদান কৰা হব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in