অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ক’লা বজাৰঃ লামডিঙত জব্দ ৪৭৫ কেজি চুপাৰী…

অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ক’লা বজাৰঃ লামডিঙত জব্দ ৪৭৫ কেজি চুপাৰী…
  • ৰাজ্যত অব্য়াহত আছে বাৰ্মিজ চুপাৰীৰ বেহা।
  • লামডিঙৰ ৰে'ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী।
  • ১৫৯২৮ নম্বৰ নামনিমুৱা তিনিচুকীয়া-ৰঙিয়া এক্সেপ্রেছৰ পৰা জব্দ চুপাৰীখিন।
  • ৰে'লখনৰ পৰা জব্দ ৪৭৫ কেজি বাৰ্মিজ চুপাৰী।
  • ৰে'ল আৰক্ষীৰ তালাচীত ৰে'লখনৰ এটা ডবাৰ পৰা জব্দ চুপাৰীখিনি।
  • চুপাৰীৰ লগতে আটক মিণ্টু দেৱনাথ নামৰ এজন লোকক।
  • জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ২,৬০,৫০০ টকা।
  • চুপাৰিখিনি ডিমাপুৰৰ পৰা হোজাইলৈ লৈ আহিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in