শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

অব্যাহত আছে বাৰ্মিজ চুপাৰীৰ ক’লা বজাৰঃ লামডিঙত জব্দ ৪৭৫ কেজি চুপাৰী…

  • ৰাজ্যত অব্য়াহত আছে বাৰ্মিজ চুপাৰীৰ বেহা।
  • লামডিঙৰ ৰে’ল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী।
  • ১৫৯২৮ নম্বৰ নামনিমুৱা তিনিচুকীয়া-ৰঙিয়া এক্সেপ্রেছৰ পৰা জব্দ চুপাৰীখিন।
  • ৰে’লখনৰ পৰা জব্দ ৪৭৫ কেজি বাৰ্মিজ চুপাৰী।
  • ৰে’ল আৰক্ষীৰ তালাচীত ৰে’লখনৰ এটা ডবাৰ পৰা জব্দ চুপাৰীখিনি।
  • চুপাৰীৰ লগতে আটক মিণ্টু দেৱনাথ নামৰ এজন লোকক।
  • জব্দকৃত চুপাৰিখিনিৰ বজাৰ মূল্য প্রায় ২,৬০,৫০০ টকা।
  • চুপাৰিখিনি ডিমাপুৰৰ পৰা হোজাইলৈ লৈ আহিছিল।