সাৱধান! লকডাউন ভংগ কৰাৰ অপৰাধত কেৱল কলকাতাতেই গ্ৰেপ্তাৰ হৈছে ৪৫৩জন লোক…

সাৱধান! লকডাউন ভংগ কৰাৰ অপৰাধত কেৱল কলকাতাতেই গ্ৰেপ্তাৰ হৈছে ৪৫৩জন লোক…
  • সমগ্ৰত দেশত ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা ২১দিনৰ বাবে লকডাউন ঘোষণা।
  • এই নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী।
  • ২৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ মাৰ্চৰ সন্ধিয়া ৫ বজালৈ কলকাতাত লকডাউন উলংঘা কৰা বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • কলকাতা আৰক্ষীয়ে এই ২৪ ঘণ্টাৰ ভিতৰত ৪৫৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।
  • অসমতো বহু লোকে এই নিয়ম নামানি ৰাজপথলৈ ওলাই আহিছে।
  • তাৰে বিভিন্ন জনৰ ওপৰত আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰাৰ লগতে উঠা-বহা কৰায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in