শেহতীয়া খবৰ
লকডাউনৰ সময়ত মানসিক অসুস্থতাত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…  •  কোৰোনাক প্ৰতিহত কৰিবলৈ GMDAৰ বিষয়া-কৰ্মচাৰীয়ে চৰকাৰক দিলে এদিনৰ দৰমহা...

সাৱধান! লকডাউন ভংগ কৰাৰ অপৰাধত কেৱল কলকাতাতেই গ্ৰেপ্তাৰ হৈছে ৪৫৩জন লোক…

313
  • সমগ্ৰত দেশত ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা ২১দিনৰ বাবে লকডাউন ঘোষণা।
  • এই নিয়ম উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী।
  • ২৫ মাৰ্চৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ মাৰ্চৰ সন্ধিয়া ৫ বজালৈ কলকাতাত লকডাউন উলংঘা কৰা বহু কেইজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • কলকাতা আৰক্ষীয়ে এই ২৪ ঘণ্টাৰ ভিতৰত ৪৫৩জন লোকক গ্ৰেপ্তাৰ কৰিছে।
  • অসমতো বহু লোকে এই নিয়ম নামানি ৰাজপথলৈ ওলাই আহিছে।
  • তাৰে বিভিন্ন জনৰ ওপৰত আৰক্ষীয়ে লাঠিৰে প্ৰহাৰ কৰাৰ লগতে উঠা-বহা কৰায়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি