দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিয়লি ৪ বজালৈকে ৪২.৭০ শতাংশ ভোটগ্ৰহণ সম্পন্ন…

দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিয়লি ৪ বজালৈকে ৪২.৭০ শতাংশ ভোটগ্ৰহণ সম্পন্ন…
  • অব্যাহত আছে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ৭০ খন আসনৰ বাবে মুঠ ৬৭২ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান পৰ্ব।
  • বিয়লি ৪ বজালৈকে ৪২.৭০ শতাংশ ভোটগ্ৰহণ সম্পন্ন।
  • নিয়াৰিকৈ চলি আছে এই ভোটগ্ৰহণ।
  • প্ৰায়বোৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰতে বৰ্তমানেও দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in