ৰাজ্যত পুনৰ ৪০৮জনৰ দেহত কোভিড-১৯, যোৱা ২৪ ঘন্টাত গুৱাহাটী মহানগৰীতে কোৰোনাত আক্ৰান্ত ৩৭৮জন…

ৰাজ্যত পুনৰ ৪০৮জনৰ দেহত কোভিড-১৯, যোৱা ২৪ ঘন্টাত গুৱাহাটী মহানগৰীতে কোৰোনাত আক্ৰান্ত ৩৭৮জন…
  • পুনৰ ৰাজ্যত ৪০৮জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • যোৱা ২৪ ঘন্টাত কেৱল গুৱাহাটীতে ৩৭৮জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।
  • অসমত ৮৯৫৫জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, সুস্থ হৈ উঠিছে ৫৮৩১জন লোক।
  • বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৩১০৯জন ৰোগী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in