শেহতীয়া খবৰ
পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...  •  ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত...VIDEO  •  তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে...  •  বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ'ল দুজন...  •  কাজিৰঙাৰ দোকানগৃহ উদ্বোধনৰ কাৰ্যসূচী বাতিল মন্ত্ৰী অতুল বৰাৰ...  •  ভাইৰেল টেলিফোনিক বাৰ্তালাপঃ কোভিড ৱাৰ্ডত সন্তান প্ৰসৱৰ পাছত ২০ মিনিটলৈ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল থাকিল নৱজাতক...

ৰাজ্যত পুনৰ ৪০৮জনৰ দেহত কোভিড-১৯, যোৱা ২৪ ঘন্টাত গুৱাহাটী মহানগৰীতে কোৰোনাত আক্ৰান্ত ৩৭৮জন…

614
  • পুনৰ ৰাজ্যত ৪০৮জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • যোৱা ২৪ ঘন্টাত কেৱল গুৱাহাটীতে ৩৭৮জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।
  • অসমত ৮৯৫৫জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • ইফালে, সুস্থ হৈ উঠিছে ৫৮৩১জন লোক।
  • বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৩১০৯জন ৰোগী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি