অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱকৰ মৃতদেহ জিৰ’ পইণ্টৰ ২০০ ফুট তলত উদ্ধাৰ…

অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱকৰ মৃতদেহ জিৰ’ পইণ্টৰ ২০০ ফুট তলত উদ্ধাৰ…
  • অৱশেষত উদ্ধাৰ হ'ল অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱক।
  • ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে ৪ জন যুৱকৰে।
  • জিৰ' পইণ্টৰ ২০০ ফুট তলত উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ।
  • মঙ্গলবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল তেওঁলোক।
  • সন্ধানহীন হোৱা চাৰি যুৱক ভিতৰত ২ জন নগাঁৱৰ।
  • নগাঁৱৰ কন্দলিৰ নয়ন বসুমতাৰী (৩০), নগাঁও চহৰৰ লাওঁখোৱা পথৰ বেদান্ত বৰমেহলা(৩০)ৰ মৃত্যু।
  • আন ২ জন যুৱকৰ ভিতৰত আছিল সোনাপুৰৰ হিৰক বড়ো(৩২) আৰু ৰঙাপাৰাৰ সঞ্জীব দাস(৩৪) ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in