শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱকৰ মৃতদেহ জিৰ’ পইণ্টৰ ২০০ ফুট তলত উদ্ধাৰ…

  • অৱশেষত উদ্ধাৰ হ’ল অৰুণাচলত সন্ধানহীন অসমৰ ৪ যুৱক।
  • ভয়াৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে ৪ জন যুৱকৰে।
  • জিৰ’ পইণ্টৰ ২০০ ফুট তলত উদ্ধাৰ হৈছে তেওঁলোকৰ মৃতদেহ।
  • মঙ্গলবাৰৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল তেওঁলোক।
  • সন্ধানহীন হোৱা চাৰি যুৱক ভিতৰত ২ জন নগাঁৱৰ।
  • নগাঁৱৰ কন্দলিৰ নয়ন বসুমতাৰী (৩০), নগাঁও চহৰৰ লাওঁখোৱা পথৰ বেদান্ত বৰমেহলা(৩০)ৰ মৃত্যু।
  • আন ২ জন যুৱকৰ ভিতৰত আছিল সোনাপুৰৰ হিৰক বড়ো(৩২) আৰু ৰঙাপাৰাৰ সঞ্জীব দাস(৩৪) ৷