পুনৰ চুলাই মদৰ সন্ত্ৰাস, গোলাঘাটত দুদিনতে ৪জনৰ মৃত্যু

পুনৰ চুলাই মদৰ সন্ত্ৰাস, গোলাঘাটত দুদিনতে ৪জনৰ মৃত্যু

  • ৰাজ্যত শাম কটা নাই চুলাই মদৰ সন্ত্ৰাস।
  • বিষাক্ত চুলাই পান কৰি মৃত্যু আৰু এজনৰ।
  • নুমলীগড়ৰ কাষৰীয়া থুৰামুখৰ চৰিয়াখাটত সংঘটিত এই ঘটনা।
  • চুলাই খাই মৃত্যু হোৱা যুৱকজনৰ নাম পাপু ভূমিজ।
  • দুদিনত গোলাঘাটৰ ৪জন লোকৰ চুলাই মদ পান কৰি মৃত্যু।
  • জিলাখনৰ বিভিন্ন প্ৰান্তত পুনৰ বিৰাজত কৰিছে চেপা উত্তেজনাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in