তৃতীয় দিনত ভৰি দিলে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাই

  • তৃতীয় দিনত ভৰি দিলে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনাই।
  • আজিও অব্যাহত আছে ভোট গণনা ।
  • বৃহস্পতিবাৰে ওৰেনিশা চলিল ভোটগণনা ।
  • বৰ্তমানৰ লৈকে অধিকাংশ গাও পঞ্চায়ত বিজেপিৰ দখলত।
  • জিলা পৰিষদতো বিজেপি-কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিন্ধন্বিতা ।
  • কাছাৰত এতিয়াও বাকী বহু পঞ্চায়তৰ ভোটগণনা ।
  • আজি সন্ধিয়া ভাগলৈকে সম্পূৰ্ণ ফলাফল ঘোষিত হোৱাৰ সম্ভাৱনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in