আফগানিস্তানত তালিবানী সন্ত্ৰাস, নিহত ৩৫ নিৰাপত্তাৰক্ষী

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • পুনৰ তালিবানী সন্ত্ৰাসে কঁপাইছে আফগানিস্তান৷
  • বৃহস্পতিবাৰে দেশখনৰ ফাৰাহত তালিবানৰ সন্ত্ৰাস৷
  • ফাৰাহৰ পাজৱকত নিৰাপত্তাৰক্ষীৰ চাউনীত বোমা বিস্ফোৰণ তালিবানৰ৷
  • বিস্ফোৰণত নিহত ৩৫ নিৰাপত্তাৰক্ষী৷
  • বুধবাৰেও এক তালিবানী আক্ৰমণত নিহত হৈছিল ৫ জন নিৰাপত্তাৰক্ষী৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in