লখিমপুৰত এদিনতে ৩৪জনৰ দেহত ধৰা পৰে কোভিড-১৯…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • লখিমপুৰত শুকুৰবাৰে অভিলেখ সংখ্যক লোকৰ দেহত ধৰি পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • শুকুৰবাৰে জিলাখনত ৩৪ জন লোক আক্ৰান্ত হয় এই ভাইৰাছত।
  • লখিমপুৰ চহৰৰ ২১ জন লোক আক্ৰান্ত হৈছে এই ভাইৰাছত৷
  • লখিমপুৰৰ কে বি ৰোডত মুঠ ১২ গৰাকী এদিনত কোৰোনা পজিটিভ হিচাবে ধৰা পৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in