আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত…

আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত…
  • ৰাজ্যত পুনৰ ৩১গৰাকীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি।
  • ইয়াৰে ২০জন উৰা জাহাজেৰে বহিঃৰাজ্যৰ পৰা অহা লোক।
  • বাকী ১১জন মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে।
  • ইয়াৰে লগে লগে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১২১৬লৈ বৃদ্ধি।
  • ইফালে আৰোগ্য হৈ উঠিছে ১৬৩জন লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in