শেহতীয়া খবৰ
বৃহস্পতিবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনা, ওদালগুৰিত ক'ত কেনেকুৱা নিৰাপত্তা বেষ্টনী...  •  গোৱালপাৰাতেই ছুইজাৰলেণ্ড! ক’ত আছে এই মনোৰম ঠাই...  •  ৰূপালী পৰ্দাৰ পি এম নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে গোচৰ!  •  ইভিএমৰ টেম্পাৰিঙক লৈ চিন্তিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী!  •  হঠাৎ কিয় সুমতি হ’ল আম্বানীৰ? লোকসভা নিৰ্বাচনৰ ঘোষণাৰ পূৰ্বে ৰাহুলৰ বিৰুদ্ধে তৰা ৫০০০ কোটি টকীয়া মানহানিৰ গোচৰ প্ৰত্যাহাৰ...  •  বেজেৰাৰ সেহেনিপাৰাত জব্দ তেজপুৰৰ পিকআপ ভান, বাইহাটা থানালৈ অনাৰ পাছত অন্তৰ্ধান চালকসহ ২ যাত্ৰী...  •  ইভিএম ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি লওকঃ উপেন্দ্ৰ কুশবাহা, VIDEO  •  দিল্লীৰ অশোক হোটেলত এনডিএ নেতৃত্বৰ নৈশ ভোজন  •  পুৰণিগুদাম মিকিৰহাট নামঘৰৰ নৱনিৰ্মিত ভৱন উদ্ধোধন...  •  ডনেশ্যন, ইলেকশ্যনত ৰাষ্ট্ৰীয় ঘাইপথৰ পুঁজি! ধন নোপোৱা ঠিকাদাৰে তলা মাৰিলে টি কে ইঞ্জিনিয়াৰিঙৰ ২ কাৰ্যালয়ত, VIDEO

শ্ৰী লংকাত ভয়ংকৰ বিস্ফোৰণ, নিহত ৪৯, আহত ৩০০ৰো অধিক

345

ডিজিটেল ডেস্কঃ শ্ৰী লংকাৰ কলম্বোত সংঘটিত হৈছে এক ভয়ংকৰ বিস্ফোৰণ। দেশ খনৰ দুটাকৈ গীৰ্জাৰ লগতে আন কেইবাঠাইতো হোৱা বিস্ফোৰণত প্ৰায় ৪৯ জন লোক নিহত আৰু ৩০০জন আহত হৈছে বুলি জানিব পৰা গৈছে। ইষ্টাৰ চলি থকাৰ মাজতে সংঘটিত হৈছে এই বিস্ফোৰণ।

Representative News Image

আৰক্ষী বিষয়া ৰুৱান গোনাছেকেৰাই সংবাদমাধ্যক জানিবলৈ দিয়া অনুসৰি, দেওবাৰে পুৱা প্ৰায় ৮.৪৫ বজাত প্ৰথমে কলম্বোৰ কচ্চিকাদেৰ চেণ্ট এণ্ঠনী গীৰ্জাত আৰু তাৰ পিছত নিগম্বোৰ চেণ্ট চেবাছটিয়ানৰ গীৰ্জাত সংঘটিত হৈছে বিস্ফোৰণ। জানিব পৰা মতে ইষ্টাৰ উপলক্ষে জনসাধাৰণৰ সমাগম হৈ থকা অৱস্থাতে সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৩খন হোটেলো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি