৩০/১০ ধাৰাবাহিক বিস্ফোৰণ, ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ড

৩০/১০ ধাৰাবাহিক বিস্ফোৰণ, ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ড
  • ৩০ অক্টোবৰৰ ধাৰাবাহিক বিস্ফোৰণৰ দোষীৰ শাস্তি ঘোষণা।
  • মূল অভিযুক্ত ৰঞ্জন দৈমাৰীসহ ১০জনক যাৱজ্জীৱন কাৰাদণ্ড।
  • চি বি আই ৰ বিশেষ আদালতে ঘোষণা কৰিলে শাস্তি।

যাৱজ্জীৱন কাৰাদণ্ড বিহা ১০জন অভিযুক্ত হ'ল-

  1. ৰঞ্জন দৈমাৰী,
  2. জৰ্জ বড়ো,
  3. অজয় বসুমতাৰী,
  4. ৰাহুল ব্ৰহ্ম,
  5. ৰাজেন গয়াৰী,
  6. অনছাই বড়ো,
  7. ল'খৰা বসুমতাৰী,
  8. ইন্দ্ৰ ব্ৰহ্ম,
  9. বৈশাখী বসুমতাৰী
  10. ৰাজু সৰকাৰ
  • জয়ন্তী ব্ৰহ্ম, প্ৰভাত বড়ো আৰু মথুৰাম ব্ৰহ্মক আদালতে বিহিলে জৰিমনা।
  • নিলীম দৈমাৰীক দুটা গোচৰত ২০০ টকাৰ জৰিমনাৰে কাৰাগাৰৰ পৰা মুকলি।
  • আনহাতে, মঙলবাৰে মৃদুল গয়াৰীক বেনিফিট অৱ ডাউটত দোষমুক্ত ঘোষণা কৰে আদালতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in