শেহতীয়া খবৰ
অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে অসমৰ শিল্পীৰ সা-সামগ্ৰীৰ লগতে বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...  •  ‘আমাৰ যুদ্ধ কাশ্মীৰৰ বাবে, কাশ্মীৰ বিৰুদ্ধে নহয়...’

সুখবৰ, হ্ৰাস পালে ৩ টা স্মাৰ্টফোনৰ মূল্য…

2,801

ডিজিটেল ডেস্কঃ গ্ৰাহক সকলৰ বাবে এক সুখবৰ , হ্ৰাস পালে ভি’ভৰ তিনিটা মডেলৰ স্মাৰ্টফোনৰ মূল্য। প্ৰাপ্ত খবৰ অনুসৰি জনপ্ৰিয় স্মাৰ্টফোন নিমাৰ্ণকাৰী প্ৰতিষ্ঠান ভি’ভই ঘোষণা কৰিছে যে তিনিটা মডেল স্মাৰ্টফোন V11 pro, V11 আৰু Y81iৰ মূল্য হ্ৰাস কৰা হৈছে। গ্ৰাহকে অনলাইন যোগে ৰেহাইত মূল্যত ক্ৰয় কৰিব পাৰিব এই ফোনকেইটা-

  • V11 pro ফোনটোৰ পূৰ্বৰ মূল্য  ২৫, ৯৯০ টকা । বৰ্তমান এই ফোনটোৰ মূল্য ২৩, ৯৯০ টকা।
  • V11ৰ পূৰ্বৰ মূল্য ২২,৯৯০ টকা। বৰ্তমান এই ফোনটোৰ মূল্য ১৯,৯৯০ টকা ।
  • Y81iৰ পূৰ্বৰ মূল্য ৮৪৯০ টকা। বৰ্তমান এই ফোনটোৰ মূল্য ৭৯৯০ টকা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি