জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী…
  • জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী।
  • চোপিয়ান জিলাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত নিহত হয় সন্ত্ৰাসবাদী কেইজন।
  • পুৱাৰে পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অঞ্চলটোত অভিযান চলাইছিল আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।
  • অভিযানকালত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত লিপ্ত হয় সন্ত্ৰাসবাদীৰ দলটো।
  • আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়াত নিহত হয় ৩ সন্ত্ৰাসবাদী।
  • নিহত সন্ত্ৰাসবাদী কেইজনৰ পৰা উদ্ধাৰ অস্ত্ৰ শস্ত্ৰ আৰু আপত্তিজনক নথি-পত্ৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in