পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী

পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী
  • জম্মু-কাশ্মীৰৰ পুলৱামাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৩ সন্ত্ৰাসবাদী।
  • পুলৱামাৰ লাচ্ছিপোৰাত অভিযান চলাই সন্ত্ৰাসবাদী কেইজনক নিহত কৰে নিৰাপত্তাৰক্ষীয়ে।
  • অঞ্চলটোত দীৰ্ঘদিন ধৰি আত্মগোপন কৰি আছিল এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দলে।
  • শুকুৰবাৰে পুৱা গোপন খবৰৰ ভিত্তিত অঞ্চলটোত অভিযান চলায় নিৰাপত্তাৰক্ষীয়ে।
  • অভিযানকালত নিহত ৩ সন্ত্ৰাসবাদীৰ পৰা নিৰাপত্তাৰক্ষীয়ে ৩টা এ কে চিৰিজ ৰাইফলৰ লগতে অন্য নথিপত্ৰ উদ্ধাৰ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in