শেহতীয়া খবৰ
গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  গুৱাহাটীৰ ৰাজপথত জলন্ত ১০৮ এম্বুলেঞ্চ...  •  ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, "বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে"-জিলা পৰিবহন বিষয়া সীতাৰাম দলে  •  ধুবুৰীলৈ যোৱাৰ পথত নিৰুদ্দেশ ঢকুৱাখনাৰ এজন ব্যক্তি  •  হাজো মেলাৰ পৰা মহিমাৰীৰ আমজাদ আলী নিৰুদ্দেশ  •  কোনো কাৰণতে মানি নলয় 'কা', ধেমাজিত নিশাও শতাধিক আছু কৰ্মীয়ে অব্যাহত ৰাখিছে অনশন, VIDEO  •  ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন "চিন্তা বিচিত্ৰা" উন্মোচন...  •  শিৱসাগৰৰ শিৱৰাত্রী, কেইবা লক্ষাধিক লোকৰ সমাৱেশ, VIDEO  •  বটদ্ৰৱাৰ সোণাইপাৰ গৌৰীনাথ শিৱমন্দিৰত কলা দৰ্শন সাংস্কৃতিক গোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান  •  কণমানিটোৰ হাতত কিয় গোলাপ গুজি দিলে মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই...

নিয়ন্ত্ৰণহীন হৈ নদীত বাগিৰল বাছঃ ৩ নিহত, ১৬ আহত, ২৬ সন্ধানহীন…

281
  • নেপালত শুকুৰবাৰে পুৱাই সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ধাবিং জিলাৰ ত্ৰিশুলী নদীত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।
  • দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক।
  • ইফালে, ১৬জনকৈ লোক গুৰুতৰভাৱে আহত।
  • নদীত বাগৰি পৰা বাছখনৰ ২৬জন যাত্ৰী বৰ্তমানেও সন্ধানহীন।
  • দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি