নিয়ন্ত্ৰণহীন হৈ নদীত বাগিৰল বাছঃ ৩ নিহত, ১৬ আহত, ২৬ সন্ধানহীন…

  • নেপালত শুকুৰবাৰে পুৱাই সংঘটিত হ'ল ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ধাবিং জিলাৰ ত্ৰিশুলী নদীত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।
  • দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক।
  • ইফালে, ১৬জনকৈ লোক গুৰুতৰভাৱে আহত।
  • নদীত বাগৰি পৰা বাছখনৰ ২৬জন যাত্ৰী বৰ্তমানেও সন্ধানহীন।
  • দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in