ইউ কেৰ পৰা দিল্লী পালে ৩ অক্সিজেন জেনেৰেটৰ আৰু এহেজাৰ ভেন্টিলেটৰ…

ইউ কেৰ পৰা দিল্লী পালে ৩ অক্সিজেন জেনেৰেটৰ আৰু এহেজাৰ ভেন্টিলেটৰ…
  • দিল্লীলৈ ইউ কে পৰা আহি পালে ৩ টাকৈ অক্সিজেন জেনেৰেটৰ ।
  • অক্সিজেন জেনেৰটৰ লগতে দিল্লীক ইউ কে প্ৰদান কৰিলে এহেজাৰ ভেন্টিলেটৰ ।
  • ১ মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পাৰে এই অক্সিজেন জেনেৰটৰ সমূহে ।
  • কোৰোনাৰ বিভীষিকাৰ বাবে দিল্লীত নাটনি হৈছিল অক্সিজেনৰ ।
  • অক্সিজেনৰ নাটনিত দিল্লীৰ লগতে দেশৰ বিভিন্ন স্থানত মৃত্যু হৈছিল বহুতো কোভিড ৰোগীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in