শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

ইউ কেৰ পৰা দিল্লী পালে ৩ অক্সিজেন জেনেৰেটৰ আৰু এহেজাৰ ভেন্টিলেটৰ…

  • দিল্লীলৈ ইউ কে পৰা আহি পালে ৩ টাকৈ অক্সিজেন জেনেৰেটৰ ।
  • অক্সিজেন জেনেৰটৰ লগতে দিল্লীক ইউ কে প্ৰদান কৰিলে এহেজাৰ ভেন্টিলেটৰ ।
  • ১ মিনিটত ৫০০ লিটাৰ অক্সিজেন উৎপাদন কৰিব পাৰে এই অক্সিজেন জেনেৰটৰ সমূহে ।
  • কোৰোনাৰ বিভীষিকাৰ বাবে দিল্লীত নাটনি হৈছিল অক্সিজেনৰ ।
  • অক্সিজেনৰ নাটনিত দিল্লীৰ লগতে দেশৰ বিভিন্ন স্থানত মৃত্যু হৈছিল বহুতো কোভিড ৰোগীৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি