ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৪

ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৪

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ফটেহপুৰত বৃহস্পতিবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয়।খাগা কৌতৱালীৰ সমীপত কানপুৰৰ পৰা প্ৰয়াগৰাজলৈ যাত্ৰা কৰা এখন বাহন খুন্দা মাৰে পথৰ কাষত থকা ৰেলিঙত। এই ভয়াৱহ দুৰ্ঘটনাত ৪ জন লোক নিহত হোৱাৰ লগতে দুজন লোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in