নেপালত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা, ইয়াৰে দুগৰাকীয়ে ভ্ৰমণ কৰিছিল ভাৰত

নেপালত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা, ইয়াৰে দুগৰাকীয়ে ভ্ৰমণ কৰিছিল ভাৰত
  • নেপালত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • এইকেইগৰাকী লোকৰ সৈতে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৯লৈ বৃদ্ধি।
  • শনিবাৰে আক্ৰান্ত হোৱা ৩ গৰাকী লোকৰ ২ গৰাকী কিছুদিন পূৰ্বে আহিছিল ভাৰতলৈ।
  • লগতে এগৰাকী লোকৰ আত্মীয় কোৰোনাত আক্ৰান্ত হৈ আছিল।
  • নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ে এই কথা সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in