শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

নেপালত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা, ইয়াৰে দুগৰাকীয়ে ভ্ৰমণ কৰিছিল ভাৰত

934
  • নেপালত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • এইকেইগৰাকী লোকৰ সৈতে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ৯লৈ বৃদ্ধি।
  • শনিবাৰে আক্ৰান্ত হোৱা ৩ গৰাকী লোকৰ ২ গৰাকী কিছুদিন পূৰ্বে আহিছিল ভাৰতলৈ।
  • লগতে এগৰাকী লোকৰ আত্মীয় কোৰোনাত আক্ৰান্ত হৈ আছিল।
  • নেপালৰ স্বাস্থ্য মন্ত্ৰালয়ে এই কথা সদৰি কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি