এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন

এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন
  • বিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • এখন এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক।
  • এই ঘটনাত নিহত হৈছে ৩ টা শিশুৰ লগতে বাহনখনত থকা এজন লোক।
  • ইফালে আহত হৈছে এটি শিশু।
  • পাটনাৰ আগাম কোৱানত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাৰ পিছতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in