শেহতীয়া খবৰ
চামগুৰিত চুৰি বাইকসহ যুবক গ্ৰেপ্তাৰ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসম যোগাসন চেম্পিয়নশ্বীপত উজ্বলিছে গুৱাহাটীৰ জেনিফা আহমেদ...  •  অসমৰ বাবে সহায়ৰ আহ্বান বিৰাট,ৰোহিত আৰু হৰভজনৰ...  •  যুৱতীক অশালীন ব্যৱহাৰ কৰি জাগুনৰ সুৰামত্ত সাংবাদিকে খালে লপা-থপা...  •  কাজিৰঙাত বানৰ মাজতে আতংক! প্ৰাণৰক্ষাৰ বাবে বনৰজা উঠিলগৈ বিচনাত...  •  ফণী বতাহৰ ফলত বিধ্বস্ত পুৰীস্থিত শংকৰদেৱ নামঘৰ...  •  দক্ষিণ কামৰূপত অপৰিৱৰ্তিত বান পৰিস্থিতি! বন্যাৰ্তৰ মাজত খাদ্য বিতৰণ...  •  লালুকৰ বানাক্ৰান্ত অঞ্চলত আছুৰ বিনামূলীয়া চিকিৎসা শিবিৰ...  •  লালুকত বিজেপি অবিচি মৰ্চা, দীপশিখা গোটৰ উদ্যোগত বান সাহাৰ্য বিতৰণ...

এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন

33
  • বিহাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।
  • এখন এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক।
  • এই ঘটনাত নিহত হৈছে ৩ টা শিশুৰ লগতে বাহনখনত থকা এজন লোক।
  • ইফালে আহত হৈছে এটি শিশু।
  • পাটনাৰ আগাম কোৱানত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাৰ পিছতে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি