বাংলাদেশী মহিলাক হায়দৰাবাদলৈ অনা ৩ মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

বাংলাদেশী মহিলাক হায়দৰাবাদলৈ অনা ৩ মানৱ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…
  • মানৱ সৰবৰাহৰে জড়িত থকাৰ অপৰাধত ৩জনক গ্ৰেপ্তাৰ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ।
  • বুধবাৰে এন আই এ-য়ে গ্ৰেপ্তাৰ কৰে লোক কেইজনক।
  • অভিযুক্ত লোক কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে এন আই এ-য়ে।
  • এগৰাকী বাংলাদেশী মহিলাক হায়দৰাবাদলৈ সৰবৰাহ কৰিছিল অভিযুক্ত কেইজনে।
  • বুধবাৰে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে লোক কেইজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in