হিমন্তৰ দম্ভালি উফৰাই পাঠশালাত আকৌ ক’লা পতাকা প্ৰদৰ্শন

  • হিমন্ত বিশ্ব শৰ্মাৰ পাঠশালা ভ্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
  • ক'লা পতাকা দেখুৱাই প্ৰতিবাদ।
  • পাঠশালাত ২০ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।
  • ক'লা পতাকা প্ৰদৰ্শন কৰিছিল আছু, যুৱ ছত্ৰ পৰিষদ আৰু কৃষক মুক্তিৰ সদস্যই।
  • তাৰ পিছতেই প্ৰতিবাদকাৰীসকলক আটক কৰে আৰক্ষীয়ে।
  • আৰক্ষীয়ে আটক কৰে যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক বিজন বায়নক।
  • বিজেপিৰ বজালী জিলাৰ কাৰ্যকৰ্তা সন্মিলনত অংশ ল'লে হিমন্ত বিশ্ব শৰ্মাই।
  • নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিৰ সৈতে মত বিনিময় অনুষ্ঠানত উপস্থিত তেওঁ।
  • তেওঁৰ লগতে এই অনুষ্ঠানত উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in